আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত নয়নমণি মুড়া'লৈ "শ্ৰেষ্ঠ যুৱ শিল্পী"ৰ সন্মান

আমি আপোনালোকক জনাবলৈ পাই গৌৰৱান্বিত যে আকাংশা  ভাগৱতীৰ  চুটি ছবি "কুমুৰ" মুখ্য অভিনেত্ৰী "নয়নমণি মুড়া"ই টৰেন্ট' আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত "শ্ৰেষ্ঠ যুৱ শিল্পী" Best Youth Artist ৰ সন্মান লাভ কৰিছে কৰিছে। অসমীয়া চিনেমাৰ বাবে এয়া ভাল সময়।সমূহ অসমবাসীৰ লগতে আদিবাসী চাহ জনগোষ্ঠীয় সমাজখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা নয়নমণি মুড়া'লৈ ইঞ্জৰ পৰ্টেল ৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ । 

Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

2 Comments

  1. আকাংশী তোমালৈ অশেষ শুভকামনা জনালো ৷ লগতে নয়ণমণি মূড়ালৈকো আৰ্শীবাদ থাকিল ৷

    ReplyDelete
  2. নয়নমণি মুঢ়াকে হামৰ হাৰ্দিক অভিনন্দন বল্‌লঁ । ছট ছৱিটা যাৰা বানালেই অদেৰকেৱ হামৰ শুভেচ্ছা নিৱেদন কৰ্‌লঁ ।

    ReplyDelete
Post a Comment
Previous Post Next Post