অসম চাহ জনজাতি ছাত্র সন্থা।চমুকৈ
"আটছা" ।আটছাৰ মূল উদ্দেশ্য লক্ষ্য হ'ল চাহ জনগোষ্ঠীক দমন, শোষণ, নিপীড়নৰ পৰা উদ্ধাৰ কৰা , জ্ঞান চকু মুকলি কৰা ,নিৰবচ্ছিন্ন ভাবে সংগ্রাহম জীয়াই ৰাখি প্রাপ্য অধিকাৰ সাব্যস্ত কৰিব পৰাকৈ ছাত্র সংগঠনৰ বাট মুকলি কৰা । অশেষ ত্যাগ স্বীকাৰ কৰা ফলত ছাত্রসকলক সংগঠিত কৰা হ'ল।
1947 চনৰ 27 আৰু 28 ডিচেম্বৰত ডিব্ৰুগড় টেঙাখাট অঞ্চলৰ-দীঘলীয়া গাওঁত এটি ছাত্র সংগঠন গঠন কৰা হয় । নাম থোৱা হ'ল "অসম ছোটনাগপুৰী ছাত্র সম্মিলন" ।ইয়াৰ গধূৰ দায়িত্ব বহন কৰে স্বৰ্গীয় সন্তোষ কুমাৰ তপ্ন আৰু স্বগীর্য় ছাইমন সিং হৰ ।যুগৰ লগত খাপ খোৱাকৈ নামৰো সলনি
হ'বলৈ ধৰে । ক) 1958 চনৰ পৰা সদৌ অসম চাহ বাগিচা সম্প্রদায় ছাত্র সন্থা,।খ)
1968 চনৰ পৰা অসম চাহ মজদুৰ সম্প্রদায় ছাত্র সন্থা , । গ) 1970 চনৰ পৰা অসম চাহ মজদুৰ জনজাতি ছাত্র সন্থা আৰু ঘ)1984 চনৰ পৰা অসম চাহ জনজাতি ছাত্র সন্থা চমুকৈ" আটছা" নামেৰে যৌৱন
প্রাপ্ত হয় ।

sontus kumar topno naam nai j
ReplyDeleteSontus Kumar topnor naam kio nahile
ReplyDeleteNice i proud...i m tea tribes student
ReplyDelete