List of Dayal Das Panika Swaniyojan Achoni 2019-20

নামৰ তালিকাখন DOWNLOAD কৰিবলৈ ইয়াত ক্লিক কৰক Click here

এনেধৰণৰ বাৰ্তা পাবলৈ আমাৰ ফেচবুক পেজটো 👍 লাইক কৰক ইয়াত ক্লিক কৰি Click here
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

18 Comments

  1. মোৰ লগতে আৰু কিছুমান ছাত্ৰ ছাত্ৰী য়ে এই দয়াল দাস পাণিকা স্বনিয়োজন আঁচনি আবেদন কৰিছিলোঁ কিন্তু তালিকাত নাম নাই কিয়

    ReplyDelete
  2. দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ পইচা কাৰোবাৰ সোমাইছে নেকি?

    ReplyDelete
  3. দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ পইচা কাৰোবাৰ সোমাইছে নেকি?

    ReplyDelete
  4. মোৰ পইচা সোমোৱা নাই

    ReplyDelete
  5. তালিকাখন চাব দিব নি কোনোবাই

    ReplyDelete
  6. তালিকাত বহু পাব লগা মানহৰ নাম নাই অহা কিয়?

    ReplyDelete
  7. তালিকাত বহু পাব লগা মানহৰ নাম নাই অহা কিয়?

    ReplyDelete
  8. তালিকাত বহু পাব লগা মানহৰ নাম নাই অহা কিয়?

    ReplyDelete
  9. মই BA complet কৰি.. নিবনুৱা হৈ আছো ! না মোৰ চাকৰি আছে না ব্যৱহায় ...
    গতিকে মই যোগ্যতা অনুযায়ী পাবলগীয়া শ্বহিদ দয়াল দাস পানীকা স্বনিয়োযিত আচনিৰ পৰা মোৰ নামটো কি ভিত্তিত বা কি কাৰনত আচনিটোৰ পৰা মোক বঞ্চিত কৰা হৈছে বুজি পোৱা নাই!

    ReplyDelete
  10. নমস্কাৰ, শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিত প্রথম list ত নাম আছিলে।কিন্তু এতিয়া দ্বিতীয় list নাম নাই। কিয় অহা নাই মই জানিব বিচাৰিছো।। কিন্তু এজন ব্যক্তিৰ এটাই নাম থাকিব লাগে । কিন্তু আপোনাৰ এই list টোত কেবা গৰাকীৰ নাম দুটা কৈ আছে।।।।

    ReplyDelete
  11. Mur nam tu Doughtfull list ot ase moi scholarship pam ni.

    ReplyDelete
  12. poisa to humala ni

    ReplyDelete
  13. List টো সছা নে মিছা ?কোনোবা জানেনে

    ReplyDelete
  14. Ki karonot mur name list nai. XI pas kori moi ghorot ashu mur kunu shakori toha aku beboshai moi janibo bisharisu

    ReplyDelete
  15. 2019-2020 dayal das Panika swaniyojan achoni final listot mur naam asil kintu ajiloike 25000 toka mur a/c ot khumowa nai .

    ReplyDelete
Post a Comment
Previous Post Next Post