চাহ জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিভিন্ন বিনামূলীয়া পাঠ্যক্রম (Diploma course)ৰ বাবে আবেদন বিচৰা হৈছে

চাহ জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিভিন্ন বিনামূলীয়া পাঠ্যক্রম (Diploma course)ৰ বাবে আবেদন বিচৰা হৈছে 


পাঠ্যক্রমৰ সবিশেষঃ

1.Diploma in Medical Laboratory Technology 

2. Diplorna in Medical Radiographic Technology 

3.Diploma in Cardiac Care Technology. 

4.Diploma in Physiotherapy 

5.Diploma in ICU Technology 

6.Diploma in Emergency and First Aid 

7. Diploma in OT Technology (OT+Anesthesia- Endoscopy)

8. Diploma in Dialysis Technician Course

9.Diploma in Physician’s Assistant Course

যোগ্যতাঃ উচ্চতৰ মাধ্যমিক বিজ্ঞান বা সমপর্যায়ৰ শাখাৰ পৰা ৪০%সহ উত্তীৰ্ণ হোৱা হব লাগিব লগতে Physics, Chemistry,Biology and English বিষয় হিচাবে থাকিব লাগিব ।

বয়সৰ সময়সীমাঃ ১৭ ৰ পৰা ২৭ বছৰ ।

আসনৰ সংখ্যাঃ ২৫০

আবেদনৰ অন্তিম তাৰিখঃ ০৭-০৩-২০২০

ক'ত ক'ত হব এই প্ৰশিক্ষণ সমূহ👉

1.Institute of Paramedical Science, GMC, Ghy

2.Institute of Paramedical Science,AMC,Dibrugrah

3.Institute of Paramedical Science,SMC,Silchar 

4.Institute of Paramedical Science,JMC,Jorhat 

5.Institute of Paramedical Science,TMC,Tezpur

6.Institute of Paramedical Science,FAAMC,Barpeta

কেনেকৈ আবেদন কৰিব 👉

আবেদন পত্ৰখন ডাউনলোড কৰি নিজৰ নাম,ঠিকনা, বয়স,শিক্ষাগত অৰ্হতা,বেংকৰ একাউন্ট নম্বৰ  সঠিকভাৱে পূৰ কৰি তলত উল্লেখ কৰা ঠিকনাত ডাকযোগে প্ৰেৰণ কৰিব লাগিব ।


   Sd/- Director,
  Tea Tribes Welfare
  Assam, Rupnagar, Guwahati-32

আবেদন পত্ৰখনৰ লগত কি কি  নথি সংলগ্ন কৰি দিব লাগিব👉

1 Hslc Admit card
2.Hslc passed certificate & marksheet 
3.Hs passed certificate & marksheet
4.cast certificate
5.Bank passbook 


আবেদন পত্ৰখন ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক 👉
Official advertisement খন ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক 👉
Official website 👉







Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

5 Comments

  1. বুজি পোৱাত অসুবিধা হলে যোগাযোগ কৰিব পাৰে 8399988603 Rinku Rajowar

    ReplyDelete
  2. চাৰ মই পেৰামেডিকেলৰ ফৰম খন‌ জমা দিলো এতিয়া কি কৰিব লাগিব চাৰ কওকচোন

    ReplyDelete
    Replies
    1. একো কৰিব নালাগে selection list খন ওলোৱালৈকে আপেক্ষা কৰা ।নতুবা আমাৰ ফেচবুক পেজটো like কৰি ৰাখা যেতিয়া list খন ওলাব আমি আমাৰ ফেচবুক পেজত আপলোড কৰিম

      Delete
  3. চাৰ পেৰামেডিকেলৰ লিষ্টখন ‌‌‌কেতিয়া আহিব

    ReplyDelete
  4. Sir gnm r list khon ulal amar list khon ketia ulabo

    ReplyDelete
Post a Comment
Previous Post Next Post