জাননী-অসম চাহ জনজাতি ছাত্ৰ ছাত্ৰীৰ প্ৰি মেট্রিক আৰু পোষ্ট মেট্রিক বৃত্তিৰ নতুন তালিকা সন্দৰ্ভত


অসম চাহ জনজাতি কল্যাণ সঞ্চালকৰ দ্বাৰা ২০১৯-২০ বৰ্ষৰ প্ৰি মেট্রিক আৰু পোষ্ট মেট্রিক বৃত্তিৰ যি খন তালিকা প্ৰকাশ পাইছিল তাত কিছুমান ছাত্ৰ ছাত্ৰীৰ বেংকৰ একাউন্ট নম্বৰ ভূল থকাৰ বাবে তেওঁলোকৰ পাব লগীয়া জলপানিৰ অনুদানসমূহ তেওঁলোকৰ একাউন্টত প্ৰেৰন কৰিবলৈ কিছু বিসংগতিয়ে দেখা দিছে সেয়েহে অসম চাহ জনজাতি কল্যাণ সঞ্চালকৰ বিভাগে এক জাননী প্ৰেৰণ কৰিছে তেওঁলোকৰ বিভাগীয় ৱেবচাইটত লগতে যি সকল ছাত্ৰ ছাত্ৰীৰ একাউন্ট নম্বৰসমূহ  ভূল আছে  প্ৰত্যেক জিলা ভিত্তিক একোখনকৈ নতুন তালিকা প্ৰকাশ কৰিছে । অহা ৩০ মে' ২০২০ তাৰিখৰ আগত তেওঁলোকৰ জলপানিৰ বিৱৰণৰ সৈতে নাম ঠিকনা লগতে বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ স্কেন কপি সংলগ্ন কৰি চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ বিভাগীয় ইমেইলৰ যোগেদি আবেদন কৰিবলৈ জনোৱা হৈছে ।

👉জাননী খন ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক Click here

👉 ইমেইল আইডি director-ttw@assam.gov.in

👉 প্ৰত্যেক জিলাৰ তালিকা সমূহ ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক Click here

Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post