পঞ্জাবত অনুষ্ঠিত UNDER 17 ইন্টাৰ স্কুল গেমচত নিৰ্বাচিত হৈছে যোৰহাট জিলাৰ মৰিয়নী ক্ৰীড়া সন্হাৰ সদস্যা শ্ৰীমতী নিলাক্ষী উৰাং

পঞ্জাবত অনুষ্ঠিত UNDER 17 ইন্টাৰ স্কুল গেমচত  নিৰ্বাচিত হৈছে যোৰহাট জিলাৰ মৰিয়নী  ক্ৰীড়া সন্হাৰ  সদস্যা শ্ৰীমতী নিলাক্ষী উৰাং।
আদিবাসী চাহ জনগোষ্ঠীৰ খেলুৱৈ নিলাক্ষী উৰাংলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্হা যোৰহাট জিলা সমিতিৰ তৰফৰপৰা আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে মৰিয়নী ক্ৰীড়া সন্হাক ধন্যবাদ জনাইছে । ভবিষ্যতেও ক্ৰীড়া সন্হাৰ জৰিয়তে এনেদৰে বহু প্ৰতিভা বিকাশত সহায় কৰিব বুলি কামনা কৰিছে সংগঠনটোৰ নেতৃবৃন্দই।

বাতৰি সংগ্ৰহঃ বিতুল কুৰ্মীৰ ফেচবুক টাইমলাইনৰ পৰা

            
               
           
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post