সদৌ আদিবাসী ছাত্ৰ সন্থা-আছা ৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত জাষ্টিন লাক্ৰাৰ সোঁৱৰণীত আয়োজন কৰা দ্বিতীয় বাৰ্ষিক ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন আজি অন্ত পৰে

আজি ০২-১২-২০১৯ তাৰিখে সদৌ আদিবাসী ছাত্ৰ সন্থা-আছা ৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত জাষ্টিন লাক্ৰাৰ সোঁৱৰণীত আয়োজন কৰা দ্বিতীয় বাৰ্ষিক ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন বিটিচিৰ কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত শ্যাম চুণ্ডি মহোদয়ে উদ্বোধন কৰে। হাতীগড় চাহ বাগিছাত অনুষ্ঠিত হোৱা খেলখনত উপস্থিত থাকে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শ্ৰীযুত চান্তিয়াছ কুজুৰ, প্ৰয়াত জাষ্টিন লাক্ৰাৰ পত্নী শ্ৰীযুতা লতা তিৰু, বিটিচিৰ নুনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ সদস্য শ্ৰীযুত সুৰেশ তাঁতী, আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীযুত প্ৰদীপ নাগকে আদি কৰি স্থানীয় বিশিষ্ট ব্যক্তিসকল।
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post