অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত আটছাৰ(ATTSA) শুনানী গ্রহণ

যোৱাকালি যোৰহাট আৱৰ্ত ভৱনত অসম চুক্তিৰ  ৬ নং দফাৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত জাষ্টিচ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন উচ্চ স্তৰীয় সমিতিৰ ওচৰত আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজেন কুমাৰ,  সাধাৰণ সম্পাদক পৱন বেদিয়াৰ লগতে আন আন সদস্য সকলে শুনানিত অংশ গ্ৰহন কৰে।

বাতৰি সংগ্ৰহ - গৌতম বেদিয়াৰ ফেচবুক ৱালৰ পৰা ।
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post