আজি ০৫-১২-২০১৯ অসম চাহ মজদুৰ সংঘ নাহৰকটীয়া শাখাৰ কাৰ্যালয়ত অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা) নাহৰকটীয়া শাখাৰ নৱ নিৰ্বাচিত সভাপতি, সম্পাদকৰ লগতে সমূহ বিষয়ববীয়া সকলক প্ৰথম কাৰ্যনিৰ্বাহ সভাত উষ্ম আদৰণিৰ লগতে আন্তৰিক অভিনন্দন জনোৱা হয় ।
বাতৰি সংগ্ৰহঃ ললিত মাহলিৰ ফেচবুক টাইমলাইনৰ পৰা
বাতৰি সংগ্ৰহঃ ললিত মাহলিৰ ফেচবুক টাইমলাইনৰ পৰা
