List of beneficiaries under the scheme "Swahid Dayal Das Panika Swaniyojan Achoni" for the FY 2022-23

অসম চাহ জনগোষ্ঠীৰ অন্তগর্ত যিসকল যুৱক যুৱতীয়ে  ২০২২-২৩ বৰ্ষৰ 

Swahid Dayal Das Panika Swaniyojan Achoni

বাবে আবেদন কৰিছিল । উক্ত আচঁনি লাভ কৰা হিতাধিকাৰীৰ অনুমোদিত নামৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ বিভাগীয় ৱেবছাইটতৰ জৰিয়তে ।

সবিশেষ জানিবলৈ তলত দিয়া লিংক সমূহ ব্যৱহাৰ কৰক 


List of beneficiaries under the scheme "Swahid Dayal Das Panika Swaniyojan Achoni" for the FY 2022-23


২০২২-২৩ বৰ্ষৰ শ্বহীদ দয়াল দাস স্ব নিয়োজন আচঁনি হিতাধিকাৰীৰ অনুমোদিত  তালিকাখন ডাউনলোড কৰিবলৈ ইয়াত চুই দিয়ক ➡️ click here



এনে ধৰণৰ খবৰ সমূহ পাই থাকিবলৈ 

▶️আমাৰ WhatsApp group ত join হ'বলৈ ইয়াত চুই দিয়ক Click here

▶️ ফেচবুকত আমাক অনুসৰণ কৰক Click here
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post