Approved List of Simon Sing Horo (Special Post Matric) Scholarship for the year 2022-23

অসম চাহ জনগোষ্ঠীৰ অন্তগর্ত যিসকল ছাত্র ছাত্রীয়ে ২০২২-২৩ বৰ্ষৰ Simon Sing Horo (Special Post Matric) Scholarship  ৰ বাবে আবেদন কৰিছিল । উক্ত জলপানি লাভ কৰা ছাত্ৰ ছাত্ৰী সকলৰ অনুমোদিত নামৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ বিভাগীয় ৱেবছাইটতৰ জৰিয়তে ।

সবিশেষ জানিবলৈ তলত দিয়া লিংক সমূহ ব্যৱহাৰ কৰক 

🔴Approved List of Simon Sing Horo (Special Post Matric) Scholarship for the year 2022-23

২০২২-২৩ বৰ্ষৰ বাবে চাইমন সিং হৰ(বিশেষ পষ্ট মেট্ৰিক) বৃত্তিৰ অনুমোদিত তালিকাখন ডাউনলোড কৰিবলৈ ইয়াত চুই দিয়ক ➡️ click here



এনে ধৰণৰ খবৰ সমূহ পাই থাকিবলৈ 

▶️আমাৰ WhatsApp group ত join হ'বলৈ ইয়াত চুই দিয়ক Click here

▶️ ফেচবুকত আমাক অনুসৰণ কৰক Click here
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post