Approved list of beneficiaries for "Financial Assistance for ANM/GNM/Technical courses" for the year 2022-23

অসম চাহ জনগোষ্ঠীৰ অন্তগর্ত যিসকল ছাত্র ছাত্রীয়ে ২০২২-২৩ বৰ্ষৰ ANM/GNM/TECHNICAL scholarship ৰ বাবে আবেদন কৰিছিল । উক্ত জলপানি লাভ কৰা ছাত্ৰ ছাত্ৰী সকলৰ অনুমোদিত নামৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ বিভাগীয় ৱেবছাইটতৰ জৰিয়তে ।

সবিশেষ জানিবলৈ তলত দিয়া লিংক সমূহ ব্যৱহাৰ কৰক 

🔴Approved list of beneficiaries for "Financial Assistance for ANM/GNM/Technical courses" for the year 2022-23

২০২২-২৩ বৰ্ষৰ বাবে "এএনএম/জিএনএম/কাৰিকৰী পাঠ্যক্ৰমৰ বাবে আৰ্থিক সাহায্য"ৰ বাবে হিতাধিকাৰীৰ অনুমোদিত তালিকাখন ডাউনলোড কৰিবলৈ ইয়াত চুই দিয়ক ➡️ click here



এনে ধৰণৰ খবৰ সমূহ পাই থাকিবলৈ 

▶️আমাৰ WhatsApp group ত join হ'বলৈ ইয়াত চুই দিয়ক Click here

▶️ ফেচবুকত আমাক অনুসৰণ কৰক Click here
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

1 Comments

  1. শ্বহীদ দায়াল দাস পানিকা আঁচনি খন কেতিয়া দিব লিষ্ট

    ReplyDelete
Post a Comment
Previous Post Next Post