অসম চাহ জনগোষ্ঠীৰ অন্তগর্ত যিসকল ছাত্র ছাত্রীয়ে ২০২২-২৩ বৰ্ষৰ Pre matric আৰু Post matric scholarship ৰ বাবে আবেদন কৰিছিল । উক্ত জলপানি লাভ কৰা ছাত্ৰ ছাত্ৰী সকলৰ নামৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ বিভাগীয় ৱেবছাইটতৰ জৰিয়তে ।
◾সবিশেষ জানিবলৈ তলত দিয়া লিংক সমূহ ব্যৱহাৰ কৰক
🔴List of approved beneficiaries for the "Pre-Matric Scholarship scheme for the year 2022-23"
প্ৰি মেট্রিক জলপানিৰ তালিকা খন ডাউনলোড কৰিবলৈ ইয়াত চুই দিয়ক ➡️ Click here
🔴1ST LIST OF APPROVED BENEFICIARIES FOR THE "POST-MATRIC SCHOLARSHIP SCHEME FOR THE YEAR 2022-23"
পষ্ট মেট্রিক জলপানিৰ তালিকা খন ডাউনলোড কৰিবলৈ ইয়াত চুই দিয়ক ➡️ Click here
🔴2nd LIST OF APPROVED BENEFICIARIES FOR THE "POST-MATRIC SCHOLARSHIP SCHEME FOR THE YEAR 2022-23"
পষ্ট মেট্রিক জলপানিৰ তালিকা খন ডাউনলোড কৰিবলৈ ইয়াত চুই দিয়ক ➡️ click here
◾এনে ধৰণৰ খবৰ সমূহ পাই থাকিবলৈ
▶️আমাৰ WhatsApp group ত join হ'বলৈ ইয়াত চুই দিয়ক Click here
▶️ ফেচবুকত আমাক অনুসৰণ কৰক Click here