জাতীয় শ্বহীদ দয়াল দাস পাণিকা দেৱৰ ৭৯ সংখ্যক শ্বহীদ দিৱস উদযাপন

১৯৪২ চনৰ জাতীয় শ্বহীদ দয়াল দাস পাণিকা দেৱৰ ৭৯ সংখ্যক শ্বহীদ দিৱস উদযাপন সদৌ অসম পাণিকা সমাজ ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বাহিপুখুৰী চাহ বাগিচাৰ উপ শাখাৰ সহযোগত উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে বিটিচি পাচনৈ চেৰফাং সমষ্টিৰ মাননীয় পাৰিষদ শ্ৰীযুত দীপক মৌৰ দেৱ, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ ওদালগুৰি জিলাৰ সভাপতি তথা শিক্ষক শ্ৰীযুত ৰামকৰন গোড় দেৱ,শিক্ষক তথা বুদ্ধিজীবি শ্ৰীযুত হেমন্ত মাহাতো দেৱ,শ্ৰী যুত জয়নাৰায়ন মাহাতো দেৱ,বাহিপুখুৰী VCDCৰ সভাপতি শ্ৰীলাধু লোহাৰ দেৱ,ওদালগুৰি জিলাৰ পাণিকা সমাজৰ সভাপতি শ্ৰীযুত বিনু পাণিকা,সম্পাদক শ্ৰীযুত দিলৰাজ পাণিকা, সাংগঠনিক সম্পাদক শ্ৰীযুত শিৱলাল পাণিকা, মাজবাট আঞ্চলিকৰ পাণিকা সমাজৰ সভাপতি ভোলা দাস পাণিকা, সম্পাদক সত্যনাৰায়ন পাণিকা ছাত্ৰ সংগঠন আছা আৰু আটছাৰ সভাপতি,সম্পাদক আৰু শ্যাম মুন পাণিকা ।

প্ৰতিবেদক -শ্যাম মুন পাণিকা

Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post