
চিটুৰ প্ৰথম শ্বহীদ কমৰেড সীতা মাৰাণ্ডীৰ।কোকৰাঝাৰ জিলাৰ মৰনৈ চাহ বাগিচাৰ শ্ৰমিক আছিল, কমৰেড সীতা মাৰাণ্ডীৰ ।তেওঁ চাহ শ্ৰমিকৰ শোষণ নিপীড়নৰ বিৰোধে মাত মাতি চাহ শ্ৰমিকৰ মাজত এজনী জন প্ৰিয় নেত্ৰী হিচাপে প্ৰতিষ্ঠা হৈছিল ।আৰু বাগিচাৰ মালিক পক্ষৰ চকুৰ কুটা হৈ পৰিছিল ।কমৰেড মহিলা নেত্ৰী সীতা মাৰাণ্ডীক জাতিৰ নামত ব্ৰজ্জাতি কৰা আদিবাসী কোব্ৰা মিলিটেণ্টনে ইং 16-5-1980 চনত মালিক পক্ষৰ মুটা ধনৰ বিনিময়ত কমৰেড সীতা মাৰাণ্ডীক হত্যা কৰি তেওঁলোকে ভাবিছিল ।শ্ৰমিকৰ আৱাজ বন্ধ কৰি দিম বুলি, কিন্তু সংগ্ৰামী শ্ৰমিকে তেওঁলোকৰ সংগ্ৰাম অৱহত ৰাখে ইয়াৰ পিছতো আদিবাসী কোব্ৰা মিলিটেণ্টনে সংগ্ৰামী নেত্ৰী কমৰেড চাগৰিকা চুৰেন, 19 86 চনত কমঃ অনামিকা বাৰলা, লামলিন গুৰিয়া, মিছফা গুৰিয়াক গুলীয়াই হত্যা কৰি মালিকৰ বহতীয়া আদিবাসী কোলা নাগৰ ক্ষমতা দেখুৱাইছিল ।যদিও শ্ৰমিকৰ সংগ্ৰাম স্থবিৰ নহল ।কিন্তু কোব্ৰা মিলিটেণ্টনে আজি নাপাত্তা হৈ গল।আৰু আজিও লাল ঝান্দাৰ ইউনিয়ন অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ ইউনিয়ন বৰ্তি আছে ।
সংগ্ৰহঃ ফেচবুক