দিপু মিৰ্ধা , ভাৰতৰ top division ফুটবল লীগ ISL আই এচ এল ৰ ষষ্ঠ সংস্কৰণত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ফুটবল ক্লাব নৰ্থ ইষ্ট ইউনাইটেডৰ সৈতে চুক্তিবদ্ধ হৈছে

গোলাঘাট জিলাৰ দেৰগাঁৱৰ নেঘেৰিটিং ৰ যুৱক দিপু মিৰ্ধা , ভাৰতৰ top division ফুটবল লীগ ISL আই এচ এল  ৰ ষষ্ঠ সংস্কৰণত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ফুটবল ক্লাব নৰ্থ ইষ্ট ইউনাইটেডৰ সৈতে চুক্তিবদ্ধ হৈছে । তেওঁৰ পিতৃ মোহন মিৰ্ধা ,একালৰ অসম পুলিচ ফুটবল দলৰ জনপ্ৰিয় খেলুৱৈ আছিল ।
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post