তিনি দিনিয়া কাৰ্যসূচীৰে ২৭, ২৮ আৰু ২৯ জানুৱাৰী ডিব্ৰুগড় চাউলখোৱা চাহ বাগিছা খেলপথাৰত উদযাপন হোৱা অসম চাহ জনজাতি ছাত্র সন্থা (আটছা) ৰ অষ্টাদশ দ্বি- বাৰ্ষিক কেন্দ্রীয় সাধাৰণ অধিবেশনৰ লগতে
পূণ্ পয্যায়ৰ প্রতিনিধি সভা আৰু বিষয় বাছনি সভা আজি অন্ত পৰে ২০২০ বৰ্ষৰ নৱ নিৰ্বাচিত সভাপতি ধিৰাজ গোৱালা, সাধাৰন সম্পাদক পবন বেদীয়া আৰু উপ - সভাপতি শ্ৰী দিগন্ত চাহু বুলি জানিব পৰা গৈছে ।