বানপানী আছে গেল (ঝুমুইৰ গীত)

বানপানী আছে গেল
খেতি পাথাৰ ডুবে গেল
এখন হামদেৰ কি হবেক উপায়
কি কৰে ভাই জীৱন কে বাচায় ॥
গাড়ী মটৰ নাহি আইল
ৰেচন পানীৰ দাম বাঢ়ল
গৰীবেৰ যে নাহি আৰ উপায়
কি খায়ে যে প্ৰাণ কে বাচায়
কাম-কাজ কমে গেল
জনসংখ্যা বাঢ়ি গেল
সবাই এখন ঘুৰিয়া বেঢ়াই
কেমন ভাই জীৱন কে বিতাই ।
বানপানী ............. জীৱন কে বাচায় ॥
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

1 Comments

Post a Comment
Previous Post Next Post