Tea tribe scholarship 2021-22 selected beneficiaries list ত নাম আছে কিন্তুু পইছা পোৱা নাই জানোঁ আহক কি কৰিব লাগিব

অসম চাহ জনজাতি কল্যাণ বিভাগৰ তৰফৰ পৰা যোৱা ইং ০৮ এপ্ৰিল ২০২২ তাৰিখে তলত উল্লেখ কৰা আচঁনি সমূহৰ বাবে আবেদন কৰা ছাত্ৰ ছাত্ৰী সকলৰ ভিতৰত নিৰ্বাচিত হোৱা ছাত্ৰ ছাত্ৰী সকলৰ নামৰ তালিকা সমূহ ইতিমধ্যে প্ৰকাশ পাইছে লগতে জলপানিৰ ধনৰাশি সমূহ ছাত্ৰ ছাত্ৰী সকলৰ বেংক একাউন্টত স্থানান্তৰ কৰা হৈছে । 
Pre Matric Scholarship 21-22
◾Post Matric Scholarship 21-22
◾Simon Sing Horo (Special Post Matric) Scholarship 21-22
◾Financial Assistance for ANM/GNM/Technical Courses 21-22 
◾Financial Assistance for Higher Studies 21-22

কিন্তু এতিয়াও বহুতো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ BANK ACCOUNT NUMBER/IFSC CODE ভুল থকাৰ বাবে জলপানিৰ তালিকাত নাম থাকিও জলপানিৰ ধনৰাশি লাভ কৰিবলৈ সক্ষম হোৱা নাই । আৰু কিছুুমান ছাত্ৰ ছাত্ৰীৰ GNM ৰ সলনি ANM তালিকাত নামটো প্ৰকাশ পাইছে । তেনেক্ষেত্রত ছাত্ৰ ছাত্ৰী সকলে হতাশাত ভুগিব লগা হৈছে কিয়নো ANM ৰ জলপানিৰ ধনৰ পৰিমাণ কম আৰু GNM ৰ জলপানিৰ ধনৰ পৰিমাণ বেছি।
গতিকে এনেধৰনৰ আপোনাৰো সমস্যা হৈছে যদি এই Article টোৰ জৰিয়তে বিতংকৈ সকলো কথা জানিব পাৰিব । 

Official  notice মতে scholarship ৰ সম্বন্ধীয় যিকোনো  স্পষ্টীকৰণৰ বাবে নিজৰ জিলাত থকা  sub divisional welfare office ৰ পৰা জানিব পাৰিব ।
গতিকে office ত গৈ আপোনাৰ সমস্যাটো মুখেৰে ক'লে নহব তাৰ বাবে official কিছুমান Formality আছে । যেনে
1. আবেদন পত্ৰ ( আবেদন পত্ৰত আপোনাৰ সমস্যাটো সম্পৰ্কে বিতংকৈ উল্লেখ থাকিব লাগিব )
2. নিৰ্বাচিত তালিকাৰ প্ৰমাণ ( নিৰ্বাচিত তালিকাত আপোনাৰ নাম থকা পেজখন xerox কৰি আপোনাৰ নামটো tick মাৰ্ক কৰি দিব লাগিব )
3. বেংক পাছবুক ৰ xerox copy 
4. Scholarship application from xerox copy
5. GNM  ৰ  সলনি ANM তালিকাত নাম অহা সকলে GNM পঢ়ি থকাৰ যিকোনো এটা প্ৰমান পত্ৰৰ xerox copy লগতে জমা দিব লাগিব ( বাকী সকলৰ বাবে এইটো নহয়) 

তলত আবেদন পত্ৰৰ এটা simple  দিয়া হৈছে তাৰ পৰা আপোনালোকে অলপমাণ মিলাই লিখিব পাৰিব ইংৰাজীত যদি অসুবিধা হয় অসমীয়াত লিখিলেও কোনো অসুবিধা নাই 

To, 
The chairman ...........dist 
Tea tribe Welfare department Govt. of Assam 

Sub : Application for verification of account number. 

Madam/sir, 

With due respect I Sri Your Name, resident of ........ gaon/T.E  District ......... do hereby like to inform you that I have applied for the ................ Scheme and I have updated all the important details required for it. And my name is enlisted in the beneficiaries list but the amount isn't transferred to my account as one digit is missing in the list provided by the tea welfare board. The account number should be A/c No 0519010154062 IFSC UTBIOTJN383 Instead of 519010154062 Therefore sir/Madam, I request you to verify my account number and enact me to get the amount as soon as possible. I will be very much obliged to you. 

Thanking you. 

Yours faithfully 

Your Name
Your Ph Number 

তলত আপোনালোকৰ সুবিধাৰ্থে Demo copy দিয়া হল আশা কৰিছোঁ যদি আপোনালোকে এই article টোৰ জৰিয়তে অলপ হলেও উপকৃত হয় তেন্তে আমাৰ কষ্টখিনি সাৰ্থক হ'ব । 
scholarship Application from 
Bank Passbook 
beneficiary's Selected list 

Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post