অসম চাহ জনগোষ্ঠীৰ অন্তগর্ত যিসকল ছাত্র ছাত্রীয়ে ২০২১-২২ বৰ্ষৰ নিম্নোক্ত আঁচনি সমূহৰ অধীনত জলপানিৰ বাবে আবেদন কৰিছিল ইয়াৰে পৰা বাছনি হোৱা ছাত্ৰ ছাত্ৰী সকলৰ বেংক একাউন্টৰ যোগেদি জলপানিৰ ধন প্ৰদান কৰা হৈছে বুলি আজি ইং ৩১ মার্চ ২০২২ তাৰিখে বিভাগীয় ৱেবছাইটত এখন জাননী প্ৰকাশ পাইছে
About Notification Details 👇
Notice
This is for information of all concerned that funds are being transferred to the bank accounts of the selected beneficiaries for the following schemes:
এইটো সংশ্লিষ্ট সকলোৰে তথ্যৰ বাবে যে নিম্নলিখিত আঁচনিবোৰৰ বাবে নিৰ্বাচিত হিতাধিকাৰীসকলৰ বেঙ্ক একাউণ্টলৈ পুঁজি স্থানান্তৰ কৰা হৈছে:
- Pre Matric Scholarship for the year 2021-22
- Post Matric Scholarship for the year 2021-22
- Simon Sing Horo (Special Post Matric) Scholarship for the year 2021-22
- Financial Assistance for ANM/GNM/Technical Courses for the year 2021-22
- Financial Assistance for Higher Studies for the year 2021-22