অসম গৌৰৱ দিপু মিৰ্ধা নেঘেৰিটিং চাহ বাগিচাৰ যুৱক খেলো ইন্ডিয়াত শ্ৰেষ্ঠ গলদাতা

দিপু মিৰ্ধা
নেঘেৰিটিং চাহ বাগিচাৰ যুৱক
পিতৃ ৰ নাম মোহন মিৰ্ধা
মাতৃ ৰ নাম অনিমাই মিৰ্ধা
বৰ্তমান অসম ফুটবল দলত 21বৰ্ষৰএজন সদস্য।
খেলো ইন্ডিয়া ত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি 6টা গল স্কৰ কৰি ব্যক্তিগত ভাৱে শ্ৰেষ্ঠ গলদাতা হিচাবে নিৰ্বাচন হৈ অঞ্চলটোৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে।


Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post