ৰেডিঅ’ ব্ৰহ্মপুত্ৰ 90.4 এফ.এমৰ দ্বাৰা প্ৰচাৰিত চাহ-বাগিচাৰ চাদ্ৰী ভাষাৰ অনুষ্ঠানত কমিউনিটি প্ৰডিউচাৰ হিচাপে কাম কৰিবলৈ আগ্ৰহী যুৱক-যুৱতীসকলে আমাৰ সৈতে অতি সোনকালে যোগাযোগ কৰক।
শিক্ষাগত অৰ্হতা: স্নাতক উৰ্ত্তীণ
চাদ্ৰী ভাষাৰ লগতে, অসমীয়া ভাষাত দক্ষতা থকাৰ লগতে ইংৰাজী ভাষাৰ সম্যক জ্ঞান থকা উচিত।
বাছনী প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্বাচিত প্ৰাৰ্থীক প্ৰশিক্ষণ সফল সামৰণিৰ অন্তত উপযুক্ত ৰূপে বিবেচিত প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব।
আপোনাৰ বায়োডাটা দি আমালৈ ইনবক্স কৰক নতুবা কল কৰক এই নম্বৰলৈ 9957722184 (পুৱা 11 বজাৰ পৰা 5 বজালৈ উপলব্ধ)