ভাষা → নাগপুৰী বা সাদৰী ঝৰখন্ডৰ আৰু অন্য ৰাজ্যত প্ৰচলিত এক হিন্দী - আৰ্য ভাষা । ইয়াক 'সদানী' সম্পদায়ত ব্যৱহাৰ কৰা হয় , সেই কাৰণেই ইয়াক 'সদানী' ভাষা বুলি কোৱা হয় । এই সদানী কোৱা লোকসকলক 'সদান' বুলি কোৱা হয় । সদানসকলৰ মূল জাতি হয় নাগজাতি বা নাগবংশৰ শাসন হোৱাত ( ইংৰাজী ৬৪ ) ইয়াৰ ৰাজভাষা নাগপুৰী , ছটনাগপুৰী ৰূপে প্ৰচলিত হয় ।
নাগপুৰী ভাষাক ৰাজভাষা হিচাপে সাংখ্যা দিয়া বাবে ঝৰখন্ডত বসবাস কৰা 'নাগজাতি' (সদান) ক অতিৰিক্ত মূন্ডা , খাড়িয়া , ওৰাং আদিৰ এই সম্পৰ্ক ভাষা অৰ্থাৎ সৰ্বসাধাৰণৰ কথিত প্ৰচলিত হৈ ভাষা হৈ পৰিল , নাগপুৰীৰ পূৰ্বৰ নাম সদানী ,সাদৰী বা সদৰী ,গৱাৰী আদি নামেৰে প্ৰচলিত আছিল । এতিয়া এই নাগপুৰীৰ নামত বিৰাম লগোৱা হৈছে ।
ফাদৰ পীটৰ শান্তি নবৰংগীয়ে ইয়াৰ উৎপত্তি আৰু বিকাশৰ প্ৰসংগত প্ৰশ্ন ডাঙি ধৰি কৈছিল যে নাগপুৰী আৰু ছট'নাগপুৰী আৰ্যত ভাষাৰ বিভিন্নতা অৰ্থাৎ পাৰ্থক্য কেনেকৈ আহিল ? ক'ৰ পৰা আহিল ? কেতিয়া আহিল । ৩ জন নাগপুৰীৰ প্ৰথম ব্যায়াকৰণ ৰেব, ই,এচ হিটলী য়ে নাগপুৰীৰ সম্বন্ধ কোনো আৰ্য ভাষাৰ লগত নাই কোৱা । আৰু নাগপুৰীৰ দ্বিতীয় সমৰ্থ ব্যায়কৰণ ৰেৱ, কনৰাড বুকাউটে নাগপুৰীক মগহী , ভজপুৰী , ছত্তীসগড়ী ইত্যাদিৰ লগত মিলা জুলা বুলি কৈছে । তথাপিও এই ভাষা আৰ্য ভাষাৰপৰা পৃথক যিয়ে ছট'নাগপুৰুষ অৰণ্য আৰু পাহাৰৰ মাজত বসবাস কৰা গাঁৱত স্বাধীনভাৱে জন্মে আৰু বিকশিত হয় । অন্ততঃ 'নাগপুৰীৰ' শুদ্ধ ৰূপ এতিয়া এই গাঁৱতেই সুৰক্ষিত আছে । ফাদৰ নবৰংগী যে এই কথা স্বীকাৰ কৰিছে যে এইটো সঠিকভাৱে কোৱা কঠিন যে নাগপুৰীয়া সদানী (নাগপুৰী) ভাষা কোনটো প্ৰাচীন প্ৰাকৃত অথবা মধ্যযুগৰ কোনো অপভ্ৰংশ ৰূপৰ বৰ্তমান ৰূপ হয় । এই ভাষাৰ সৰ্বনাম আৰু ক্ৰিয়াৰ ভিন্ন ভিন্ন ৰূপ দূৰৱৰ্তী ৰাজস্থানী আৰু নেপালী ৰূপৰ লগত মিল আছে । কিছুমান ৰূপ প্ৰাচীন বেস্বাৰী অবধীৰ লগত সম্বন্ধ দেখুৱাই , কিছুমান ৰূপ আকৌ বাংলা আৰু উৰিয়াত প্ৰচলিত ভাষাৰ লগত মিল আছে ।

৬ নাগপুৰী ভাষাৰ প্ৰখ্যাত বিদ্ধান প্ৰ . কেসৰী কুমাৰে কৈছে যে মগহী আৰু মেথিলীৰ নিচিনা মগধী অপভ্ৰংশৰ প্ৰসিদ্ধ আৰু তাৰেই নিচিনা এক নিশ্চিত ভাষা যি বিহাৰীৰ অন্তৰ্গত পৰে । ৭ ডাঃ সুনীতি কুমাৰ চেট্ৰাজীৰ মতে মগধী প্ৰসিদ্ধ ভাষাৰ প্ৰাচীন সামগ্ৰীৰ হিচাপত ভাষাবিধসকলে এই তথ্য উলিয়াইছে যে পূৰ্ববতী মাগধী অপভ্ৰংশৰ সকলো স্থানীয় ৰূপ মগহী ,মেথিলী ,ভজপুৰী ,বাংলা ,উৰিয়া আৰু অসমীয়াই ৮ তম শতিকাৰ পৰা ১১ তম শতিকালৈকে নূন্যধিক পৰিমাণে স্বাধীন ৰূপত নিজৰ আৱশ্যকতাত পূৰ্ণ কৰি লৈছিল ,এই পাৰ্থক্য কোন শতিকাত সম্পন্ন হৈছে এই সম্বন্ধে নিশ্চিত ৰূপে কিবা কোৱাটো সম্ভৱ নহয় ,এই একেই স্থিতি আমাৰ 'নাগপুৰীৰ ' কাৰণেও কব নোৱাৰি ।
সংগ্ৰহ - হিন্দী উইকিপিডিয়া
অনুবাদ ✍ শ্ৰীমোহিত গোৱালা