কৰম সন্মিলন

অসম চাহ জনজাতি চাত্ৰ সন্থা (আট্ছা)
সাপেখাতী উপশাখা সমিতিৰ
উদ্যোগত দ্বিতীয় বাৰ্ষিক ৰাজহুৱা
কৰম সন্মিলন খনি অহা 13 আৰু 14
চেপ্তেম্বৰ 2015 (দেও আৰু সোমবাৰ)
গতিকে উক্ত দুদিনীয়া কৰম
সন্মিলনটিত সকলোকে নিমন্ত্ৰণ
জনালো । প্ৰতিযোগিতা সমুহ হল -
চিত্ৰাংকন, আকস্মিক বক্তৃতা, কুইজ,
দলীয় ঝুমুৰ, একক ঝুমুৰ গীত, একক
সৃষ্টিশীল নৃত্য (অসমীয়া আৰু চাহ
জনগোষ্ঠীৰ গীতৰ আধাৰত) দলীয় ঝুমুৰ
প্ৰতিযোগিতাত ভাগ লবলৈ যোগাযোগ
= 8133053951/9508472586

Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post